নতুন দিগন্তৰ সূচনা

WhatsApp Image 2020 10 11 at 9.06.12 PM

অসমবাসীৰ কাৰণে এক সুখবৰ ৷কাৰণ আজিৰে পৰা প্ৰথমবাৰৰ বাবে সপ্তাহত দুদিনকৈ ডিব্ৰুগড়ৰ পৰা বগীবিল দলঙৰ ওপৰেৰে লক্ষীমপুৰ ৰঙাপাৰা ৰঙিয়া নিউ বঙাইগাঁও হৈ এখন বিশেষ ৰাজধানী এক্সপ্ৰেছ নতুন দিল্লীলৈ ৰাওনা হ’ব।

সেইদৰে নতুন দিল্লীৰ পৰা ডিব্ৰুগড়লৈও সপ্তাহত দুদিনকৈ এই বিশেষ ৰাজধানী এক্সপ্ৰেছখন চলাচল কৰিব। উল্লেখযোগ্য যে ডিব্ৰুগড়ৰ পৰা নতুন দিল্লীলৈ ৰাজধানী এক্সপ্ৰেছৰ যাত্ৰা কৰিব পৰা খবৰে উৎফুল্লিত কৰিছে অসমবাসীক ৷

Exit mobile version