◆ উৎসৱৰ বতৰত অফাৰৰ স’তে Hero Optima HX ।
◆ কোম্পানীয়ে ইয়াৰ অফাৰ আগবঢ়াইছে প্ৰায় ১৪,৩৯০ টকাৰ।
◆ এইখনৰ বজাৰ মূল্য ৭১,৯৫০ টকা, কিন্তু অফাৰ মূল্য প্ৰায় ৫৭,৫৬০ টকা।
◆ Hero Optima HX চিটি স্পীড ইলেকট্ৰিক স্কুটাৰখন 550 w মটৰযুক্ত আৰু 30 Ah lithium-ion বেটেৰীযুক্ত।
◆ সম্পূৰ্ণ চার্জিঙ টাইম প্ৰায় ৪-৫ ঘণ্টা ।
◆ মূল বিশেষত্ব সমূহ হ’ল – digital speedometer, remote lock with anti-theft alarm, combi-braking system, LED lighting আৰু ম’বাইল চার্জিঙৰ বাবে এডাল USB port.
উৎসৱৰ বতৰ: ১৪ হেজাৰৰ অফাৰৰ স’তে উপলব্ধ Hero Optima HX
