৬৫ বছৰীয়া বৃদ্ধক মাৰধৰ কৰি বলপূৰ্বকভাৱে মূত্ৰ পান কৰিবলৈ বাধ্য কৰালে উত্তৰ প্ৰদেশত

WhatsApp Image 2020 10 13 at 3.42.37 PM

◆ উত্তৰ প্ৰদেশৰ ললিতপুৰ জিলাত এগৰাকী দলিত শ্ৰেণীৰ ৬৫ বছৰীয়া বৃদ্ধক বলপূৰ্বকভাৱে মূত্ৰ পান কৰিবলৈ বাধ্য কৰায় আৰু লগতে তেওঁৰ পুত্ৰক মাৰধৰ কৰে ।
◆ ভুক্তভোগীৰ অভিযোগৰ পাছত মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয় আৰু তদন্ত অব্যাহত ৰাখে।
◆ ললিতপুৰ জিলাৰ ৰ’দা গাঁৱৰ বাসিন্দা ভুক্তভোগী অমৰৰ মতে, চনু যাদৱ নামৰ লোকজনে কিছুদিনৰ আগতে মূত্ৰ পান কৰিবলৈ বাধ্য কৰিছিল । যেতিয়া বাধা দিছিল লোকজনে তেঁওৰ লগতে পুত্ৰকো লাঠিৰে আক্ৰমণ কৰিছিল । তাৰ পিছতে এই সন্দৰ্ভত আৰক্ষীক অভিযোগ দিছিল ভুক্তভোগীয়ে ।

Exit mobile version