Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Silchar: শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

    Silchar: শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

    Nalbari : নলবাৰীৰ মুকালমুৱাত সাহসিকতাৰ নিদৰ্শন দেখুওৱা ছজন যুৱকলৈ পুৰস্কাৰ

    Northeast Information Commissioner Conference : অসম তথ্য আয়োগৰ ৱেবচাইট মুকলি

    Assam Legislative Assembly New Bhawan : অতীত হ’ব অসম বিধানসভাৰ বৰ্তমানৰ ঠিকনা !

    Sidharth – Kiara Wedding : বিয়াৰ পাছত কি পৰিকল্পনা বলিউডৰ জনপ্ৰিয় নৱদম্পতিৰ !

    Srimanta Sankardev Sangha : প্ৰতিকূল বতৰকো নেওচি পূৰ্ব নিৰ্ধাৰিত সময়মতেই অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Maruti Suzuki :জানুৱাৰীত দেশত ১৪ শতাংশ বিক্ৰী বৃদ্ধি গাড়ীৰ, শীৰ্ষত মাৰুতি -ছুজুকীয়ে

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

  • Entertainment
    • All
    • Movie
    • Music

    Pathaan : বক্স অফিচত দ্রুতগতিত ৪০০ কোটি টকাৰ ব্যৱসায় কৰা প্রথম ছবিৰ স্বীকৃতি ‘পঠান’ক

    Pathaan in Pakistan : চেঞ্চৰ বোৰ্ডৰ তৰফৰ পৰা জাননী , পাকিস্তানত বন্ধ হ’ল ‘ পাঠান ‘

    3 Idiots : পুনৰ আহিব থ্রী ইডিয়ট!

    3 Idiots : পুনৰ আহিব থ্রী ইডিয়ট!

    Bollywood : বলিউডৰ ‘খান সাম্ৰাজ্য’ত সম্রাট শ্বাহৰুখ, ছলমান-আমিৰৰ অভিলেখ কৰিলে ভংগ

    Pathaan: পাঁচ দিনত ৫০ কোটি টকাৰ ব্যৱসায় শ্বাহৰুখ অভিনীত ‘ পাঠান ‘

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Horoscope : ৰাশিফল

    Horoscope : ৰাশিফল

    Thyroid : থাইৰয়ডৰত আক্ৰান্ত নহয়টো ? ভৰিৰ কোন কেইটা উপসৰ্গ দেখিলে হ’ব সাৱধান …

    Cought : এই সমূহ নিয়মমানি দুই মিনিটত বন্ধ কৰক কাঁহ !

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

    Kaziranga National Park:কাজিৰঙাৰ পৰ্যটনলৈ আশাৰ ৰেঙনি

    Russia : বিদেশমুখী বিমানৰ টিকিট বিক্রী বন্ধ, পুৰুষৰ দেশত্যাগত বাধা দিবলৈ কঠোৰ ৰুছ প্ৰশাসন

    NATIONAL CINEMA DAY : কাইলৈ ৰাষ্ট্ৰীয় চিনেমা দিৱস

    BANARAS : বনাৰসৰ পৰা অসমলৈ চলাচল কৰিব ক্ৰুজ

    CHINA FLYING CAR : চীনৰ নতুন চমৎকাৰ ! প্ৰতি ঘন্টাত ২৩০ কি:মি: বেগত উৰিব পৰা “উৰণ” গাড়ীৰ সফল পৰীক্ষণ

  • Videos
No Result
View All Result

Home News Assam

এছ পি ৰ আৱাসতে প্ৰশ্নকাকত ফাদিল

publisher by publisher
October 14, 2020
in Assam, Crime, News
Reading Time: 1 min read
0
এছ পি ৰ আৱাসতে প্ৰশ্নকাকত ফাদিল
1
SHARES
12
VIEWS
ShareShareShareShare

আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ পৰীক্ষাৰ প্রশ্নকাকত ফাদিলৰ ঘটনাৰ মূল অভিকেন্দ্ৰ আছিল কৰিমগঞ্জ জিলাৰ আৰক্ষী অধীক্ষকৰ চৰকাৰী বাসভৱন? তদন্তৰ এই দিশে তথ্য পােহৰলৈ অহাৰ পাছতে প্রশ্নকাকত ফাদিলৰ ঘটনা সম্পর্কত চি আই ডিত ৰুজু হৈ থকা ২১/২০২০ নম্বৰ গােচৰত এইবাৰ কৰিমগঞ্জ জিলাৰ তদানীন্তন আৰক্ষী অধীক্ষক সঞ্জীত কৃষ্ণ গ্রেপ্তাৰৰ সম্ভাৱনা স্পষ্ট হৈ পৰিছে।

ADVERTISEMENT

চি আই ডিৰ সূত্রই এই কথা সদৰী কৰি জনােৱা মতে, আৰক্ষীৰ উপ-পৰিদৰ্শক (এছ আই) পদৰ লিখিত পৰীক্ষাৰ প্রশ্নকাকতৰ টোপােলাসমূহ যােৱা ১৮ ছেপ্টেম্বৰৰ পৰা ৰাজ্যৰ বিভিন্ন জিলালৈ প্ৰেৰণৰ ব্যৱস্থা কৰে অসম আৰক্ষী নিযুক্তি ব’র্ডে। দূৰণিবটীয়া জিলা হিচাপে এই ক্ষেত্ৰত অগ্রাধিকাৰ লাভ কৰে কৰিমগঞ্জ জিলাৰ পৰা অহা তিনিজনীয়া আৰক্ষীৰ দলে।

RelatedPosts

Silchar: শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

Nalbari : নলবাৰীৰ মুকালমুৱাত সাহসিকতাৰ নিদৰ্শন দেখুওৱা ছজন যুৱকলৈ পুৰস্কাৰ

Youth 20 Inception Meeting : আই আই টি গুৱাহাটীত ৱাই-২০ দ্বিতীয় বৈঠকৰ যুৱ সমাৰোহত

সেইমর্মে সিদিনাই কৰিমগঞ্জ জিলাৰ তিনিজনীয়া আৰক্ষীৰ দলটো নিশাৰ ভাগত কৰিমগঞ্জত উপস্থিত হয়, কিন্তু আৰক্ষীৰ দলটোৱে প্রশ্নকাকতৰ টোপােলা মজুত থকা ষ্টীলৰ বাকচটো পােনে পােনে জিলাখনৰ নির্দিষ্ট ষ্ট্রং ৰূমলৈ নিয়াৰ পৰিৱৰ্তে প্ৰথমতে কৰিমগঞ্জ জিলাৰ তদানীন্তন আৰক্ষী অধীক্ষক সঞ্জীত কৃষ্ণৰ চৰকাৰী বাসভৱনলৈ নিয়ে।

প্রায় আধা ঘণ্টা পাছতহে প্রশ্নকাকত মজুত থকা বাকচটো ষ্ট্ৰং ৰূমলৈ নিয়াৰ ব্যৱস্থা কৰে অসম আৰক্ষীৰ দশম আৰক্ষী বেটেলিয়নৰ মুখ্য কার্যালয়ৰ পৰা প্রশ্নকাকত চমজি লােৱা তিনিজনীয়া আৰক্ষীৰ দলটোৱে ।

যােৱা ১০ ছেপ্টেম্বৰৰ পৰা কৰিমগঞ্জ জিলাৰ আৱর্ত ভৱনত বাহৰ পাতি থকা চি আই ডিৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰেড্ডীয়ে চলােৱা জেৰাৰ সময়ত কৰিমগঞ্জ জিলাৰ এম টি অ’ শাখাৰ দুই কনিষ্টবল আৰু প্রশ্নকাকত নিয়াৰ বাবে ব্যৱহাৰ কৰা বাহনখনৰ চালকে জেৰাৰ সময়ত এই কথা স্বীকাৰ কৰে।

ইয়াৰ ভিত্তিতে চি আই ডিয়ে ইতিমধ্যে কৰিমগঞ্জলৈ প্রশ্নকাকত কঢ়িয়াই নিয়া দুই কনিষ্টবলৰ লগতে এজন চালকক মঙলবাৰে আটক কৰা বুলিও সূত্ৰটোৱে জনায়।

কোনে ফাদিল কৰিলে প্রশ্নকাকত?

কৰিমগঞ্জ জিলাৰ তদানীন্তন আৰক্ষী অধীক্ষক সঞ্জীত কৃষ্ণৰ নেতৃত্বতে যে প্রশ্নকাকত ফাদিল হৈছিল সেয়া ক্রমশ স্পষ্ট হৈ পৰিছে বুলি চি আই ডি সূত্রই দাবী কৰে। তৎসত্ত্বেও তদানীন্তন আৰক্ষী অধীক্ষক সঞ্জীত কৃষ্ণক হুৰমূৰকৈ গ্রেপ্তাৰৰ পূর্বে বিজ্ঞানসন্মত তথ্য প্রমাণ তথা সাক্ষী সংগ্ৰহৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিছে তদন্তকাৰী সংস্থাটোৱে।

চি আই ডিৰ সূত্রই এই কথা সদৰী কৰি জনােৱা মতে, প্রশ্নকাকত ফাদিলক লৈ গােচৰ ৰুজু কৰাৰ পাছৰে পৰা চলােৱা তদন্তৰ সময়তে কৰিমগঞ্জ জিলাৰ নাম চর্চালৈ আহে। নিযুক্তি ব’র্ডৰ তদানীন্তন অধ্যক্ষ প্রদীপ কুমাৰে এজাহাৰ দাখিলৰ সময়ত চি আই ডি থানাত উপস্থিত থকা ধৃত বিজেপি নেতা দ্বিবন ডেকা আৰু মেছাৰ্ছ অক্ষয় টেলি কমিউনিকেচ্ছনৰ পলাতক সঞ্চালক গৌতম মেছে।

এই ইংগিত প্রদান কৰে, কিন্তু উক্ত সময়ছােৱাত এই সম্পর্কত পর্যাপ্ত পৰিমাণে নিশ্চিত তথা বিজ্ঞানসন্মত কোনাে তথ্য- প্রমাণ মজুত নথকা বাবে ৰাজ্য চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ ভ্ৰাতৃ তথা কৰিমগঞ্জ জিলাৰ তদানীন্তন আৰক্ষী অধীক্ষক সঞ্জীত কৃষ্ণক গ্রেপ্তাৰ কৰা দূৰৈৰে কথা, সােধ-পােছ কৰিবলৈকো আগবঢ়া নাছিল ।

লগতে অধীক্ষক সঞ্জীত কৃষ্ণ আৰক্ষী বিভাগত কৰ্মৰত হৈ থকা হেতুকে পলায়ন কৰাৰ সম্ভাৱনীয়তাও ক্ষীণ।সেয়েহে আৰক্ষী অধীক্ষকজনক সােধ-পােছ কিম্বা গ্রেপ্তাৰৰ পৰিৱর্তে প্রয়ােজনীয় তথ্য-প্রমাণ নিশ্চিতকৰণৰ স্বাৰ্থত মেছাৰ্ছ অক্ষয় টেলি কমিউনিকেছনৰ অন্যতম অংশীদাৰ ৰুবুল হাজৰিকাৰ সন্ধানত অভিযান তীব্ৰতৰ কৰা হয়।

প্রশ্নকাকত ফাদিল কৰা চক্ৰটোৰ অন্যতম অংশীদাৰ ৰুবুল হাজৰিকাই সহযােগী সৰােজ শর্মাৰে মিলি আত্মগােপন কৰে। পাছত উপায়ান্তৰ হৈ যােৱা ন অক্টোবৰত ৰুবুল হাজৰিকা আৰু সুৰজ শর্মাই পৃথক পৃথক স্থানত চি আই ডিৰ জালত পৰে।

ইয়াৰ পাছৰে পৰা চলােৱা জেৰাৰ সময়ত ধৃত ৰুবুল হাজৰিকাই কৰিমগঞ্জ জিলাৰ তদানীন্তন আৰক্ষী অধীক্ষকৰ চৰকাৰী বাসভৱনৰ পৰাই প্রশ্নকাকত ফাদিল হােৱাৰ কথা স্বীকাৰ কৰে। ধৃত ৰুবুলৰ স্বীকাৰােক্তিৰ ভিত্তিতে নিশাৰ ভাগতে যােৱা ন অক্টোবৰত বৰাকলৈ ৰাওনা হয় চি আই ডিৰ এটা বৃহৎ দল।

যােৱা ১০ অক্টোবৰৰ পৰা বৰাকত বাহৰ পতা চি আই ডিৰ দলটোৱে সিদিনাই কৰিমগঞ্জ জিলাৰ তদানীন্তন আৰক্ষী অধীক্ষক সঞ্জীত কৃষ্ণৰ চৰকাৰী বাসভৱনত তালাচী চলায়। লগতে সিদিনাই অভিযুক্ত আৰক্ষী অধীক্ষকজনৰ ম’বাইল হেণ্ডছেট দুটা জব্দ কৰি পৰীক্ষাৰ বাবে ফৰেন্সিক বিজ্ঞান সঞ্চালকালয়লৈ প্ৰেৰণ কৰে।

এই মুহূৰ্তলৈকে ফৰেন্সিক বিজ্ঞান সঞ্চালকালয়ৰ প্রতিবেদন অহা নাই যদিও সঞ্জীত কৃষ্ণৰ ছত্রছায়াতে প্রশ্নকাকত ফাদিল হােৱাৰ পর্যাপ্ত তথ্য আহৰণ কৰা বুলি চি আই ডিয়ে দাবী কৰে।

প্রশ্নকাকত ফাদিলৰ উদ্দেশ্যেই তদানীন্তন আৰক্ষী অধীক্ষক সঞ্জীত কৃষ্ণই প্রশ্নকাকতৰ টোপােলা থকা বাকচটো কৰ্তব্যৰত সংশ্লিষ্ট আৰক্ষীক চৰকাৰী বাসভৱনলৈ নিয়াৰ বাবে যােৱা ১৮ ছেপ্টেম্বৰত ফোনযােগে নির্দেশ দিয়াৰ কথা ধৃত ৰুবুলে জেৰাত স্বীকাৰ কৰা বুলি সূত্ৰটোৱে জনায়।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: AssamAssam PoliceSI Exam
publisher

publisher

Related Posts

Silchar: শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা
Assam

Silchar: শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

February 8, 2023
Nalbari : নলবাৰীৰ মুকালমুৱাত সাহসিকতাৰ নিদৰ্শন দেখুওৱা ছজন যুৱকলৈ পুৰস্কাৰ
Assam

Nalbari : নলবাৰীৰ মুকালমুৱাত সাহসিকতাৰ নিদৰ্শন দেখুওৱা ছজন যুৱকলৈ পুৰস্কাৰ

February 8, 2023
Northeast Information Commissioner Conference : অসম তথ্য আয়োগৰ ৱেবচাইট মুকলি
Assam

Northeast Information Commissioner Conference : অসম তথ্য আয়োগৰ ৱেবচাইট মুকলি

February 8, 2023
Assam Legislative Assembly New Bhawan : অতীত হ’ব অসম বিধানসভাৰ বৰ্তমানৰ ঠিকনা !

Assam Legislative Assembly New Bhawan : অতীত হ’ব অসম বিধানসভাৰ বৰ্তমানৰ ঠিকনা !

February 8, 2023
Sidharth – Kiara Wedding : বিয়াৰ পাছত কি পৰিকল্পনা বলিউডৰ জনপ্ৰিয় নৱদম্পতিৰ !
Entertainment

Sidharth – Kiara Wedding : বিয়াৰ পাছত কি পৰিকল্পনা বলিউডৰ জনপ্ৰিয় নৱদম্পতিৰ !

February 8, 2023
Srimanta Sankardev Sangha : প্ৰতিকূল বতৰকো নেওচি পূৰ্ব নিৰ্ধাৰিত সময়মতেই অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন
Assam

Srimanta Sankardev Sangha : প্ৰতিকূল বতৰকো নেওচি পূৰ্ব নিৰ্ধাৰিত সময়মতেই অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন

February 8, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: