আপোনাৰ টোপনিৰ পৰিমাণ হ্ৰাস পাইছে নেকি? বা নিশা ভালদৰে শুব পৰা নাই নেকি? যদি এনে হৈছে তেন্তে আপুনি নহৰু ব্যৱহাৰ কৰি লাভ কৰিব পাৰে সুফল । মন কৰক নহৰুৰ কেইটামান উপকাৰীতা-
◆ নিশা শোৱাৰ সময়ত আপুনি আপোনাৰ গাৰুৰ তলত দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা নহৰুৰ সৰু ফোটা থৈ ল’ব পাৰে। ইয়াৰ ফলত অতি সোনকালে টোপনি অহাৰ লগতে টোপনিৰ মানদণ্ডও উন্নত হয় । নিশ্চিত থাকক, পুৱা আপোনাৰ বেডৰুমৰ পৰা নহৰুৰ গোন্ধ সহজে নাইকিয়া হৈ যাব।
◆ ইয়াৰ উপৰিও নহৰুৱে অন্য কিছুমান ক্ষেত্ৰতো সহায় কৰে। পেটৰ বিষ অনুভৱ কৰাৰ সময়ত এগিলাচ পানীত নহৰু মিলাই খাব পাৰে । সোৱাদ ভাল নহ’ব পাৰে, কিন্তু ই পেটৰ বিষৰ সমস্যা দূৰ কৰাত সহায় কৰে।
ভাল টোপনিৰ বাবে গাৰুৰ তলত ব্যৱহাৰ কৰিব পাৰে নহৰু
