৫ হেজাৰতকৈ অধিক ব্ৰেণ্ড আৰু ৯ লাখ ষ্টাইলৰ স’তে Myntraই পালন কৰিব Biggest Fashoin Festival

EkVn2GBUcAA9Ohp

দুৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান দিন। উৎসৱৰ বতৰতে অনলাইন শ্ব’পিং চাইট Myntraই Biggest Fashion festival ৰ যোগেদি আগবঢ়াইছে বিশেষ অফাৰ । Myntra ৰ অফাৰৰ এই উৎসৱটি চলিব ১৬ অক্টোবৰৰ পৰা ২২ অক্টোবৰলৈ । ইয়াত গ্ৰাহকৰ বাবে উপলব্ধ হ’ব ৫০০০ তকৈ অধিক ব্ৰেণ্ড আৰু ৯ লাখৰ অধিক কালেকছন ।

বিগত বৰ্ষত myntra ত পূজাৰ সময়ছোৱাত ২ লাখৰ কালেকছন উপলব্ধ আছিল । এইবাৰ myntraই ভিন্ন দেশৰ ভিন্ন ষ্টাইলেৰে সকলো ধৰণৰ শ্ৰেণীৰ বাবে লৈ আহিছে ভিন্ন অফাৰ । আনহাতে, Myntra এপটোত এইবাৰ ৰাখিছে এটি ফেষ্টিভ ষ্টোৰ । য’ত প্ৰতিটো উৎসৱ অনুযায়ী থাকিব বিভিন্ন ধৰণৰ নতুন কালেকছন । দুৰ্গাপূজা, ভাইফোঁটা, ধনতেৰাস ইত্যাদি ।

আনহাতে, পুৰুষ আৰু মহিলাৰ বাবে House of Pataudai, Anouk, Tavi, HRX, Rang ইত্যাদি বৃহৎ ব্ৰেণ্ডৰ কালেকছন বাবে ব্যৱস্থা কৰিছে। টি চাৰ্ট, টপ, ড্ৰেছ,কুৰ্তা, বিভিন্ন ধৰণৰ অলংকাৰ, ঠাণ্ডাৰ কাপোৰকে ধৰি বিভিন্ন ধৰণৰ বিউটি প্ৰডাক্টৰ অফাৰ লৈ আহিছে Myntra ৰ Biggest Fashion Festivalএ।

আনহাতে, সম্প্ৰতি অতিমাৰীৰ পৰিপ্ৰেক্ষিতত কালেকছনৰ ওপৰতে গুৰুত্ব দিয়াৰ উপৰিও যথেষ্ট সাৱধনতা অৱলম্বন কৰিছে। myntraৰ কৰ্মকর্তাসকলে সামাজিক দূৰত্ববিধি মানি চলি, প্ৰতিদিনে তাপমাত্ৰা জোখা, ডেলিভাৰী বেগসমূহ চেনিটাইজ কৰা, সকলো ক’ভিড প্ৰট’কল মানি চলাৰ ওপৰত গুৰুত্ব দিছে।

এই পৰিস্থিতিত ডিজিটেল মাধ্যমৰ যোগেদি অৰ্থাৎ অনলাইন বা কাৰ্ডৰ মাধ্যমেৰে গ্ৰাহকৰ পৰা টকা আদায় কৰাৰ সুবিধা কৰিছে । তেন্তে দেৰি কিয়? আজিয়ে পুজাৰ লিষ্ট তৈয়াৰ কৰক আৰু পুজাৰ শ্বপিং কৰিবলৈ ভিজিট কৰক www.myntra. com ত।

Exit mobile version