বজাৰত মুকলি Audi Q2 : গাড়ীখনৰ মূল্য ৩৪.৯৯ লাখৰ পৰা আৰম্ভ

WhatsApp Image 2020 10 16 at 1.57.37 PM

◆ Audi Indiaই ভাৰতীয় বজাৰত মুকলি কৰিলে নতুন মডেলৰ গাড়ী Audi Q2 SUV.
◆ পাঁচটা ত্ৰিম বিকল্পত উপলব্ধ গাড়ীখন – standard, Premium, Premium Plus I, Premium Plus II আৰু Technology.
গাড়ীখনৰ মূল্য –
◆ standard – ৩৪.৯৯ লাখ ।
◆ Premium – ৪০.৮৯ লাখ ।
◆ Premium Plus I- ৪৪.৬৪ লাখ ।
◆ Premium Plus II – ৪৫.১৪ লাখ ।
◆ Technology – ৪৮.৮৯ লাখ।


◆ ২.০ লিটাৰ তাৰ্ব’ পেট্ৰল ইঞ্জিনযুক্ত ।
◆ গাড়ীখনত থকা আন কিছুমান সুবিধা হ’ল – virtual cockpit, MMI interface, smartphone connectivity in the form of Apple CarPlay and Android Auto, wireless charger, a sunroof আৰু 180 watt 10-speaker audio systemৰ ব্যৱস্থা।

Exit mobile version