আজি কাতি বিহুঃসমগ্ৰ অসমৰ লগতে বঙাইগাঁৱতো পালন কৰা হৈছে কাতি বিহু

47fc89c8 c4ea 4971 a210 de15b7b5fdff

আজি কাতি বিহু ৷ সমগ্ৰ অসমৰ লগতে বঙাইগাঁও চিৰাং জিলাৰ চহা কৃষিপ্ৰধান অঞ্চলটো পালন কৰা হৈছে কাতি বিহু ৷অসমীয়াৰ পৰম্পৰা অনুসৰি আজি প্ৰত্যেকঘৰ অসমীয়াই কাতি বিহু পালন কৰে ৷অসমীয়া সংস্কৃতি পৰম্পৰা অনুসৰি এই বিহুত জীয়ৰী,বোৱাৰীযে পথাৰত চাকি জ্বলাই,তুলসীৰ তলত চাকি জ্বলাই আই লখিমীক প্ৰাৰ্থনা জনায়৷

Exit mobile version