ভাৰতত কৰ’নাত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে ৭৪ লাখৰ ঘৰ

Coronavirus

বিগত ২৪ ঘন্টাত কৰ’নাত আক্ৰান্ত হৈছে ৬২,২১২ জন। মৃত্যু হৈছে ৮৩৭ জন। ইয়াৰ লগে লগে দেশত কৰ’নাত আক্ৰান্তৰ সংখ্যা ৭৪,৩২,৬৮০ লৈ বৃদ্ধি পাইছে ।মৃত্যু হৈছে ১,১২,৯৯৮ জন। সুস্থ হৈছে ৭০,৮১৬ জন ।

ADVERTISEMENT

কৰ’নাত ৮৭.৭৮ শতাংশ সুস্থ হৈছে। মৃত্যুৰ হাৰ হৈছে ১.৫২শতাংশ। আনহাতে কৰ’নাৰ টেষ্টৰ ক্ষেত্ৰত আমেৰিকাৰ পাছত স্থান হৈছে ভাৰতৰ।

সম্প্ৰতি ভাৰতত ৯ কোটিতকৈ অধিক লোকৰ টেষ্ট ভাৰতত সম্পন্ন কৰা হৈছে। স্বাস্থ্য মন্ত্ৰণালয়ৰ অনুসৰি বিগত ২৪ ঘন্টাত ৯,৯৯,০৯০ টেষ্ট কৰা হৈছে ।

Exit mobile version