মুনীন বৰকটকী বিশেষ মান্যতা বঁটা উভতাই দিব পংকজ কুমাৰ দত্তই

0a8fa107 6be3 4786 9c1c 7dd265dd4150

মুনীন বৰকটকী বিশেষ মান্যতা বঁটা উভতাই দিব পংকজ কুমাৰ দত্তই ৷

২০১৩ত ‘ফুগু মাছৰ মাছুৱৈ’ৰ বাবে লাভ কৰিছিল মুনীন বৰকটকী বিশেষ মান্যতা বঁটা ৷

কবি নীলমণি ফুকনে আনুষ্ঠানিকভাৱে পংকজ কুমাৰ দত্তক দিছিল বঁটা ৷

বঁটাৰ লগত লাভ কৰা নগদ ধনো উভতাব গল্পকাৰ পংকজ কুমাৰ দত্তই ৷

ন্যাসৰ ন্যাসৰক্ষীয়ে কৰা অপমানত ক্ষুব্ধ গল্পকাৰজন ৷

Exit mobile version