- মৰিগাঁৱৰ আৰক্ষীয়ে আজি পুৱতি নিশা এক বৃহৎ পৰিমাণৰ হেৰ’ইন উদ্ধাৰ কৰিবলৈ সক্ষম কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে হেৰ’ইনৰ ৮৮ কনটেইনাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
- জাগীৰোডৰ আবুল কাচেমৰ ঘৰৰ পৰা হেৰ’ইনৰ লগতে মন্দিৰৰ মূৰ্তি,সম্পদ,কপাৰ, এলুমিনিয়াম ওৱাৰ আদি বহু সম্পদ উদ্ধাৰ কৰে ।
- আনহাতে আবুল কাচিমৰ লগতে পত্নী ফাতেমা বেগমক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।
- ইপিনে আবুল কাচিমৰ পত্নী ফাতেমা মাদকদ্ৰব্য সৰবৰাহকাৰী ।
- এই সন্দৰ্ভত আৰক্ষীয়ে NDPS আইনৰ অধীনত এটা গোচৰ ৰজু কৰে ।
মৰিগাঁৱত উদ্ধাৰ বৃহৎ পৰিমাণৰ হেৰ’ইনসহ মন্দিৰৰ সামগ্ৰী
