হাইদৰাবাদত সমগ্ৰ নিশাজুৰি ধাৰাসাৰ বৰষুণ

WhatsApp Image 2020 10 18 at 11.29.49 AM

◆ সমগ্ৰ নিশা ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ ফলত হাইদৰাবাদৰ বহু ঠাইত বানপানীৰ সৃষ্টি হৈছে ।
◆ বানপানীত ৫০ জন লোকৰ মৃত্যু হোৱাৰ লগতে তেলেংগানাত ৬ হেজাৰ কোটি টকাৰ ক্ষতিসাধন হয়।
◆ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় ঘাইপথ পানীত ডুবি যোৱাৰ ফলত যান বাহনৰ সমস্যাই দেখা দিছে। আৰু ৰাজ্যৰ ৰাজধানীত ব্যাপক ক্ষতি হৈছে।
◆ আনহাতে, কিছু ভিডিঅ’ত দেখিবলৈ পোৱা গৈছে যে কিছু সংখ্যক লোকে ঘৰৰ ভিতৰত পানী সোমোৱাৰ ঘৰৰ ছাদৰ ওপৰত আশ্ৰয় লৈছে ।

◆ তেলেংগানাৰ লগতে ওচৰ চুবুৰীয়া ৰাজ্য অন্ধ্ৰ প্ৰদেশ আৰু কৰ্ণাটক বানপানীৰ দ্বাৰা অধিক প্ৰভাৱিত হৈছে ।

Exit mobile version