অসম-মিজোৰাম সীমান্ত সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহৰ স’তে বাৰ্তালাপ মুখ্যমন্ত্ৰী সোনোৱালৰ

cropped sarbananda sonowal

 

অসম-মিজোৰাম সীমান্তত সংঘটিত ঘটনা সংক্ৰান্তত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ টেলিফোনিক বাৰ্তালাপ।

বাৰ্তালাপৰ সময়ত মুখ্যমন্ত্ৰী সোণোৱালে শেহতীয়া পৰিস্থিতি অৱগত কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহক।

উল্লেখযোগ্য যে দেওবাৰে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আলোচনাত মিলিত হয়।

ADVERTISEMENT
Exit mobile version