- লাডাখত ভাৰত চীন উত্তেজনাৰ মাজতে সীমান্তত ভাৰতীয় সেনাই বন্দী কৰে এজন চীনা সেনাক ৷
- এই তথ্য সদৰী কৰিছে ANIয়ে ৷
- ANI ৰ দিয়া তথ্য অনুসৰি চীনা সেনাজন ভূলঃবশত ভাৰত সীমান্তত প্ৰবেশ কৰিছিল।
- এক বিশেষ সূত্ৰৰ মতে সকলো জৰুৰীকালীন বৈঠক কৰাৰ পাছতহে চীনা সেনাজনক পুনৰ ঘুৰাই পঠোৱা হ’ব ।
- লগতে চীনৰ সেনা জনৰ লগত দেশখনৰ পীপুল্স লিবাৰেশ্যন আৰ্মীৰ বহু নথি উদ্ধাৰ কৰা হৈছে।
লাডাখত ভাৰতীয় সেনাৰ হাতত বন্দী চীনৰ সেনা
-
By publisher
- Categories: India, News
- Tags: Chinese soldier in LadakhIndia China standoffLadakhPLA Soldier
Related Content
Bijulee Bhawan Fire:মহানগৰীৰ পল্টন বজাৰস্থ বিজুলী ভৱনত ভয়ংকৰ অগ্নিকাণ্ড
By
publisher
May 3, 2024
Illegal Liquor Seized In Guwahati:মহানগৰীত অবৈধ বিলাতী সুৰা-চুলাই জব্দ,গ্ৰেপ্তাৰ ৯
By
publisher
May 3, 2024
Aap Press Release:বেলতলা বজাৰ বন্ধ কৰা সন্দৰ্ভত আপৰ প্ৰতিক্ৰিয়া
By
publisher
May 3, 2024