Xiaomiৰ নতুন টেকন’লজিৰ মুকলি

WhatsApp Image 2020 10 19 at 3.30.15 PM

◆ ইউটিউবত ভিডিঅ’ৰ জৰিয়তে নতুন টেকন’লজিৰ প্ৰদৰ্শন Xiaomiৰ ।
◆ ৮০ ডব্লিউ ফাষ্ট ৱায়াৰলেচ চার্জিঙ টেকন’লজিৰ মুকলি।
◆ Mi 10 Pro স্মার্টফোনত এই টেকন’লজিৰ ব্যৱহাৰ কৰিব পাৰিব ।
◆ চীনা মাইক্ৰ’ ব্লগিং ৱেবচাইট ‘weibo’ত Xiaomi য়ে 80w ৱায়াৰলেচ চার্জিঙ টেকন’লজিৰ সবিশেষ পষ্ট কৰে ।
◆ কোম্পানীয়ে এই সন্দৰ্ভত উল্লেখ কৰে যে, এই টেকন’লজিৰ আছে ৪,০০০ এমএএইচ বেটেৰী ক্ষমতা আৰু ১৯ মিনিটত সম্পূৰ্ণ চার্জ হৈ যায় ।
◆ ইয়াৰ আগেয়ে কোম্পানীয়ে মাৰ্চত ৪০ ৱাট ৱায়াৰলেচ চার্জিঙ টেকন’লজিৰ মুকলি কৰিছিল ।

Exit mobile version