iphone12 : দেশত যিটো মূল্যত উপলব্ধ হ’ব তাৰ পৰিৱৰ্তে আপুনি ভ্ৰমণ কৰি আহক ডুবাই

Apple announce iphone12pro 10132020 big.jpg.large

আপুনি বাৰু iphone 12 ক্ৰয় কৰাৰ কথা ভাবিছে নেকি? যদি ভাবিছে তাৰ পৰিৱৰ্তে আপুনি বন্ধৰ দিন উপভোগ কৰি আহক ডুবাইত । iphone12ৰ মূল্য ইমানেই ব্যয়বহুল যে, আপুনি বিদেশ ভ্ৰমণ কৰি আহিব পাৰিব । ভাৰত চৰকাৰে মাৰ্চ মাহত ম’বাইল ফোনৰ ওপৰত GST ৰ হাৰ ১২%ৰ পৰা ১৮%লৈ বৃদ্ধি কৰিছিল। এনে হাৰত ডুবাইত iphone12 ৰ মূল্য ৩০ হেজাৰ আৰু আমেৰিকাত ৪৪হেজাৰ টকা পর্যন্ত বৃদ্ধি কৰিছিল ।

ভাৰতত iphone 12 pro(256GB)ৰ মূল্য ১,২৯,০০০ টকা, আমেৰিকাত ৮৭,৭৯২ টকা, ডুবাইত ৯৬,৭৩২ টকা আৰু চিংগাপুৰত ৯৬,৯৫৭.২ টকা । ভাৰতৰ তুলনাত iphone12 আমেৰিকাত ৩৯ হেজাৰৰ পৰা ৪৮ হেজাৰ পর্যন্ত কম হয় । ভাৰতত কেৱল iphone miniৰ মূল্য ডুবাইত ৭৪,৯০০, আমেৰিকাত ৫৬,২৮৬ টকা ।

Exit mobile version