আজি মহাষষ্ঠী

Master 2

আজি মহাষষ্ঠী  ৷ অনাড়ম্বৰপূৰ্ণ পৰিৱেশৰ মাজতে মা দুৰ্গাক আদৰিছে ৰাজ্যবাসীয়ে ৷ বেলবৰণেৰে মা দুৰ্গাক প্ৰতিষ্ঠা কৰা হৈছে। কৰ’নাৰ কাৰণে এইবাৰ ঘট স্থাপন কৰিয়েই অনুষ্ঠিত হৈছে দুৰ্গোৎসৱ । ৰাজ্যৰ লগতে মহানগৰীতো সকলো ক’ভিড প্ৰট’কল মানি অনাড়ম্বৰভাৱে আদৰিছে দুৰ্গতিনাশিনী মা দুৰ্গাক। সম্প্ৰতি সকলোৱে মা দুৰ্গাৰ ওচৰত পূৰ্বৰ পৰিস্থিতি ঘূৰাই আনিবলৈ আৰ্শীবাদ বিচাৰিছে।

Exit mobile version