■ ১৫ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া বিটিচি নিৰ্বাচন বিজেপিয়ে ৰাজনৈতিক উদ্দেশ্যৰে পিছুৱাইছে। এই মন্তব্য সাংসদ নৱ শৰণীয়াৰ ।
■ লগতে তেওঁ কয়, বিজেপিয়ে বিপিএফ আৰু ইউপিপিএল দুয়োটা দলৰ স’তে ৰাজনৈতিক বুজাবুজি চলাইছে ।
■ আনহাতে, কংগ্ৰেছে হাগ্ৰামাক পৰৱৰ্তী মুখ্য কাৰ্যবাহীৰূপে প্ৰেক্ষেপ কৰাৰ সম্ভৱনা আছে ।
■ বিটিআৰ চুক্তি বাতিলৰ দাবী জনায় সাংসদ নৱ কুমাৰ শৰণীয়াই । কাৰণ বিটিচিত থকা ৮২% অবড়োৰ অধিকাৰ খৰ্ব কৰিব বিটিআৰ চুক্তিয়ে।
বিটিচি নিৰ্বাচন বিজেপিয়ে ৰাজনৈতিক উদ্দেশ্যৰে পিছুৱাইছে : নৱ শৰণীয়া
