জম্মু কাশ্মীৰৰ কুলগামৰ সন্ত্ৰাসবাদী আক্ৰমণত তিনি বিজেপি কর্মী নিহত

WhatsApp Image 2020 10 30 at 12.08.00 PM

■ জম্মু কাশ্মীৰৰ কুলগাম জিলাত বৃহস্পতিবাৰে সংঘটিত এক সন্ত্ৰাসবাদীৰ আক্ৰমণত স্থানীয় যুৱ শাখাৰ এজন নেতাসহ তিনিজন বিজেপি কর্মী নিহত হয় ।
■ গাড়ীত যাত্ৰা কৰি থকাৰ সময়তে ৱাইক পুৰাৰ এটা স্থানত সন্ত্ৰাসবাদীয়ে তেওঁলোকক লক্ষ্য কৰি গুলিচালনা কৰে।
■ প্ৰাথমিক তদন্ত পৰা পোৱা তথ্য অনুসৰি, নিহত বিজেপি কৰ্মী কেইজন ফিদা হুছেইন য়াটু, উমৰ ৰছিদ বেইগ আৰু উমৰ ৰমজান হাজাম ।
■ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰ এক পোষ্ট শ্বেয়াৰ কৰি তিনি কৰ্মীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ।

■ নেচনেল কণফাৰেন্সৰ প্ৰধান নেতা ওমৰ আব্দুল্লাই ঘটনাক তীব্ৰ গৰিহণা দিছে।

Exit mobile version