আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ল Nisaan Magnite

WhatsApp Image 2020 11 02 at 6.59.17 PM

■ ২টা পেট্ৰল ইঞ্জিনযুক্ত সুবিধাৰ স’তে বজাৰত অতি শীঘ্ৰেই বজাৰত মুকলি কৰিব নতুন আকৰ্ষণীয় গাড়ী Nissan Magnite ।
■ Nissan Magnite চাৰিটা মূল বৈশিষ্ট্যযুক্ত – এক্সই, এক্সএল, এক্সভি আপাৰ আৰু এক্সভি প্ৰিমীয়াম।


■ গাড়ীখনৰ মূল্য ৬.৫ লাখৰ পৰা আৰম্ভ হৈছে ।
■ Nisaan Indiai এই পর্যন্ত নতুন SUVৰ বজাৰত মুকলি কৰা দিন উল্লেখ কৰা নাই যদিও চলিত বছৰৰ দিপাৱলীৰ পিছত বজাৰত মুকলি কৰাৰ সম্ভাৱনা আছে ।

Exit mobile version