●আজি ওদালগুৰিত ইউপিপিএলৰ বিশাল পৰিৱৰ্তন সমদল ৷
●কেইবা সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে এই পৰিৱৰ্তন সমদলত ৷
●ওদালগুৰি গোলমাগাঁৱৰ পৰা আৰম্ভ হয় এই সমদল৷
●তিনিটা পৰিষদীয় সমষ্টি ক্ৰমে ভৈৰৱকুণ্ড, হৰিশিঙা আৰু ধনশ্ৰী ভ্ৰমণ কৰে সমদলটিয়ে ৷
●সমদলত অংশগ্ৰহণ কৰে ইউপিপিএল নেতা গোবিন্দ বসুমতাৰীয়ে ৷
●ইউপিপিএলে সংখ্যাগৰিষ্ঠ আসনেৰে বিটিচি দখল কৰিবঃ গোবিন্দ
●হাগ্ৰামাৰ নেতৃত্বত বিপিএফে ১৭ বছৰে অপশাসন চলালেঃ গোবিন্দ
●বিপিএফ বিৰোধী ঢৌৰ মাজতে হাগ্ৰামাই টকাৰ জোঁৰত জয়ী হবলৈ চেষ্টা চলাইছেঃ গোবিন্দ
●বিটিচিত বিজেপিৰ শক্তি নাই, তেওঁলোকে যিমান পৰিকল্পনা কৰিলেও বিটিচিত জয়ী হব নোৱাৰেঃ গোবিন্দ
●বিটিচি নিৰ্বাচন শান্তিপূৰ্ণ, গণতান্ত্ৰিকভাৱে অনুষ্ঠিত হ’ব ; ইয়াত কোনো ধৰণৰ হিংসাৰ স্থান নাইঃ গোবিন্দ