ওৰাঙত ভ‌য়ংকৰ পথ দুৰ্ঘটনা : আহত ৩ জন

WhatsApp Image 2020 11 05 at 10.24.11 AM 1

■ ওৰাঙৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ।

■ দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত হয় ৩ জনকৈ লোক।

■ আহত লোক কেইজনকে তেজপুৰ চিকিৎসা মহাবিদ্যালয় লৈ প্ৰেৰণ কৰা হয়।

■ তিনিখনকৈ বাহনৰ মাজত সংঘটিত হয় দুৰ্ঘটনাটো ।

■ গুৱাহাটীৰ পৰা তেজপুৰ অভিমুখী আছিল বাহন কেইখন ।

■ দুৰ্ঘটনা সংঘটিত হোৱা বাহন দুখনৰ নম্বৰ AS 01 KC 2439, AS 12 AC 8321 আৰু আনখন বাহনৰ নম্বৰ প্লেট বিহীন ।

Exit mobile version