বিগত ২৪ ঘণ্টাত ৯৯ হেজাৰতকৈ অধিক কৰ’নাত আক্ৰান্তৰ সংখ্যাৰে অভিলেখ আমেৰিকাৰ

coronavirus epidemic

■ বিগত ২৪ ঘণ্টাত আমেৰিকাত মুঠ ৯৯ হেজাৰতকৈ অধিক লোক আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে । জন হ’পকিন্সৰ এটা সমীক্ষাত এই তথ্য প্ৰকাশ পায় ।

■ দেশখনত মঙলবাৰে নিশা ৮.৩০ ৰ পৰা বুধবাৰে নিশা ৮.৩০ পর্যন্ত ৯৯,৬৬০ জন লোক আক্রান্ত হয় আৰু ১,১১২ জন লোকৰ মৃত্যু হয়।

■ দেশৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটদানৰ এদিন পিছত এই তথ্য প্ৰকাশ পায় ।

■ আমেৰিকাত মুঠ ৯,৮০২,৩৭৪ জন লোক কৰ’নাত আক্রান্ত হয় আৰু ২,৩৩,০০০ জন লোকৰ মৃত্যু হয় ।

Exit mobile version