মন্ত্ৰী হিমন্ত বিশ্বৰ সৈতে মোৰ সম্পৰ্ক ভাল, ম‌ই তেওঁক শ্ৰদ্ধা কৰোঃৰিহন দৈমাৰী

dd684444 be41 47c7 a0fd e6a04205972e

●ওদালগুৰিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ প্ৰতিক্ৰিয়া মন্ত্ৰী ৰিহন দৈমাৰীৰ

●মন্ত্ৰী হিমন্ত বিশ্বৰ সৈতে মোৰ সম্পৰ্ক ভাল, ম‌ই তেওঁক শ্ৰদ্ধা কৰো ৷

●ওদালগুৰি অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত বিধায়ক হিচাপে ম‌ই গুৰুত্ব পাম ৷

●যোগ্য প্ৰাৰ্থীক বাচনি সন্দৰ্ভত আমাৰ জিলাখনৰ সমিতিয়ে সিদ্ধান্ত ল’ব ৷

●মোৰ ওদালগুৰি সমষ্টিত ১৫ হাজাৰ পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিব ৷

●মোক লৈ কৰা মন্তব্যসমূহ সম্পূৰ্ণৰূপে ৰাজনৈতিক মন্তব্য ৷

●মোক লৈ তেওঁ কৰা মন্তব্য‌ই একো ক্ষতি কৰিব নোৱাৰে ৷

●হিমন্ত‌ই সোমবাৰে ঘোষণা কৰাৰ আগতেই ৰৌতা-ওদালগুৰি পথৰ কামৰ আবণ্টন হৈছে ৷

●ময়েই কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীলৈ বিষয়টো সন্দৰ্ভত দুবাৰকৈ চিঠি লিখিছো৷

●তেওঁৰ ঘোষণাৰ পূৰ্ৱেই কাম আবণ্টন প্ৰক্ৰিয়া সম্পন্ন হৈছে ৷

●বিজেপি-বিপিএফৰ মাজত অক্ষুন্ন আছে মিত্ৰতাৰ সম্পৰ্ক ৷

●কেৱল মাত্ৰ বিটিচি নিৰ্বাচনতহে দুয়োটা দলৰ মাজত মিত্ৰতা নহ’ল ৷

●বিটিচি নিৰ্বাচনৰ পাছত সকলো ঠিক হৈ যাব ৷

●কালি মন্ত্ৰীয়ে কোৱা ভাষ্য মোক আক্ৰমণ কৰা বুলি ভবাই নাই, মোৰ একো ক্ষতি নহয় ৷

●ওদালগুৰি জিলাত বিপিএফ দল অধিক শক্তিশালী হৈ আছে ৷

●তাৰ পৰিৱৰ্তে ওদালগুৰিত বিজেপিৰ সমৰ্থকৰ সংখ্যা যথেষ্ট কম ৷

●বিজেপিয়ে এইখিনি সমৰ্থকেৰে নিৰ্বাচনত জয়ী হ’ব নোৱাৰে ৷

Exit mobile version