মেৰাপানীত অবৈধ সুৰা জব্দ : দুজনক আটক

Screenshot 47

■ মেৰাপানীত অবৈধ অৰুণাচলী সুৰা জব্দ ।
■ চিআৰপিএফৰ নিয়মীয়া তালাচীত জব্দ সুৰাখিনি ।
■ প্ৰায় পঞ্চাশ কাৰ্টুন সুৰা জব্দ হয় অভিযানত ।
■ অৰুণাচলৰ পৰা নাগালেণ্ডলৈ সৰবৰাহ কৰা হৈছিল সুৰাসমূহ ।
■ ইন্দ্ৰেশ্বৰ শইকীয়া আৰু গোলাপ পেগু নামৰ দুজনক আটক ।
■ লগতে AS07-O-5844 নম্বৰৰ এখন বলে’ৰ বাহন ।

Exit mobile version