দুৰ্ঘটনাত মৃত্যু  কাকপথাৰৰ সাংবাদিক পৰাগ ভূঞাৰ

0d20e77f 8180 495f a348 5a855d1ac896

■ দুৰ্ঘটনাত মৃত্যু সাংবাদিক পৰাগ ভূঞাৰ ।
■ বুধবাৰে সন্ধিয়া দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ভূঞাক আৰু আজি তেঁও শেষ নিশ্বাস ত্যাগ কৰে ।
■ নিজ গৃহৰ সন্মুখতে তেওঁক অচিনাক্ত বাহনে খুন্দিয়াই থৈ যায় ।
■ দুৰ্ঘটনা সংঘটিত কৰা বাহনৰ চালকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।
■ উল্লেখ্য যে, পৰাগ ভূঞা প্রাক্তন বিধায়ক তথা এজেপিৰ মুখ্য সমন্বয়ক জগদীশ ভূঞাৰ ভ্ৰাতৃ।

Exit mobile version