দিল্লীত বিবাহ অনুষ্ঠানত থাকিব পাৰিব কেৱল ৫০ জন

b871393f 8742 4b73 9e32 70d103559f46

দিল্লীত কৰ’না ভাইৰাছৰ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত দিল্লীৰ কেজৰিৱাল চৰকাৰে নতুন পদক্ষেপ হাতত লৈছে। আজি দিল্লীত কৰ’নাৰ সংক্ৰমণ ৰোধৰ কাৰণে বিবাহ অনুষ্ঠানত অতিথিৰ সংখ্যা হ্ৰাস কৰাৰ প্ৰস্তাৱত মঞ্জুৰী প্ৰদান কৰে উপ ৰাজ্যপাল অনিল ৰাইজালে ৷উপ ৰাজ্যপালে স্পষ্টীকৰণ দি লিখে ” নতুন নিয়মৰ মতে”দিল্লীত যিকোনো বিবাহ সমাৰোহত ৫৯ জনতকৈ অধিক লোক সমাবেত হ’ব নোৱাৰিব “৷

দিল্লীত প্ৰতিদিনে বৃদ্ধি হোৱা কৰ’নাৰ পৰিপ্ৰেক্ষিতত ৰাজহুৱা অনুষ্ঠানত একত্ৰিত হ’ব পৰা লোকৰ সংখ্যা ৫০ জনলৈ হ্ৰাস হয় ।কেজৰিৱাল চৰকাৰে মংগলবাৰে ডিজিটেল প্ৰেছ কনফাৰেন্সৰ জৰিয়তে প্ৰকাশ কৰিছিল যে পূৰ্বৰ ২০০ জনৰ পৰিৱৰ্তে ৫০ জন কৰি উপ ৰাজ্যপাললৈ এটি প্ৰস্তাৱ প্ৰেৰণ কৰিছে কেজৰিৱালৰ সেই প্ৰস্তাৱত আজি দিল্লীৰ উপ ৰাজ্যপালে মঞ্জুৰী প্ৰদান কৰে ।

লগতে কেজৰিৱালে দিল্লীত ক’ভিড হটস্পটলৈ পৰিণত হোৱা বজাৰসমূহো বন্ধ কৰিবলৈ প্ৰস্তাৱ ৰাখিছিল যদিও কেজৰিৱালৰ এই সিদ্ধান্তক বহুতে বিৰোধিতাও

Exit mobile version