দিল্লীত অৰবিন্দ কেজৰিৱাল চৰকাৰৰ বিশেষ সিদ্ধান্ত

2a28c8c8 757b 46a5 8573 94543cfd45a0

দিল্লীত বৃদ্ধি হোৱা কৰ’না ভাইৰাছৰ পৰিপ্ৰেক্ষিতত অৰবিন্দ কেজৰিৱালে চৰকাৰে লৈছে এক বিশেষ সিদ্ধান্ত।

নতুনকৈ লোৱা সিদ্ধান্ত অনুসৰি এতিয়াৰ পৰা যিসকল লোকে মাস্ক পৰিধান নকৰিব তেওঁলোকৰ পৰা জৰিমনা হিচাপে লোৱা হ’ব ২০০০ হাজাৰকৈ টকা ।

আনহাতে এই জৰিমনা পূৰ্বৰ ৫০০ টকাৰ পৰা ২০০০ টকালৈ বৃদ্ধি কৰা হৈছে।

মুখ্যমন্ত্ৰী কেজৰিৱালে উপ ৰাজ্যপালৰ লগত হোৱা মত বিনিময় অনুসৰি এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

Exit mobile version