অমিত শ্বাহ আৰু জে পি নদ্দাৰ স’তে মুখ্যমন্ত্ৰী সোনোৱালৰ বৈঠক

নতুন দিল্লীত আজি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, অসম ৰাজ্যিক সভাৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে বিজেপিৰ হাইকামাণ্ডক দলীয়স্থিতি সন্দৰ্ভত অৱগত কৰে । বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নদ্দা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমৰ পৰিস্থিতিৰ বিষয়ে বিতংভাৱে বুজ লয় ।

বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু ৰঞ্জিত দাসে কি ক’লে শুনক সবিশেষ –

Exit mobile version