অৱশেষত নৱগ্ৰহৰ শ্মশানত পঞ্চভূতত বিলিন হ’ল প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ

WhatsApp Image 2020 11 26 at 3.24.53 PM

●প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মুখাগ্নি কৰিলে পুত্ৰ গৌৰৱ গগৈয়ে

●নৱগ্ৰহত উপস্থিত থাকে বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,অতুল বৰাৰ লগতে বিভিন্নজন ৰাজনৈতিক নেতা

●ৰাষ্ট্ৰীয় মৰ্য্যাদাৰে অন্তিম শ্ৰদ্ধাঞ্জলি জনোৱা হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক ।

Exit mobile version