ধর্ষণকাৰীৰ লিংগছেদ কৰা হ’ব পাকিস্তানত

skynews imran khan addresses 4788272

ধর্ষণৰ ঘটনা হ্রাস কৰিবলৈ এইবাৰ অধিক কঠোৰ আইন প্রণয়নৰ সিদ্ধান্ত গ্রহণ কৰিছে পাকিস্তানে। ৰাসায়নিক প্রক্রিয়া (কেমিকেল কাষ্ট্রেছন)ৰ দ্বাৰা ধর্ষণকাৰীৰ লিংগছেদ কৰি পেলােৱাৰ কথা বিবেচনা কৰিছে পাক চৰকাৰে। এই বিষয়ত প্রধানমন্ত্রী ইমৰান খানৰ অনুমােদনাে লাভ কৰা হৈছে। ধর্ষণৰ গােচৰ বিলাক দ্রুত আদালতত বিচাৰৰ বাবেও সিদ্ধান্ত লােৱা হৈছে। অপৰাধীক অতি শীঘ্ৰে শাস্তি দিব পৰাকৈ লােকসকলৰ মাজত বদ্ধমূল ধাৰণা আছে যে এনে কৰিলে সন্তান লাভ কৰিব পাৰি। প্রতি বছৰে দ্বীপান্বিতাৰ পাছৰটো শুকুৰবাৰৰ পৰা এই মেলা আৰম্ভ হয়। স্থানীয় লােকসকলৰ মতে পাঁচশ বছৰৰ ইতিহাস আছে মেলাখনৰ।ইয়াৰ মাধ্যমত অংগামতী দেৱীৰাে আৰাধনা কৰা হয়।

মেলাত হেজাৰ হেজাৰ লােকৰ সমাগম হয়।শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এই প্রথাক তীব্রভাৱে সমালােচনা কৰা হৈছে; কিন্তু এনে সমালােচনাক গুৰুত্ব দিব বিচৰা নাই মেলাৰ উদ্যোক্তা তথা আদিশক্তি মা অংগামতী ন্যাসৰ সচিব আৰ এন ধ্ৰুৱই। সচিবজনে ব্যৱস্থা গ্ৰহণৰ লক্ষ্যৰে প্রথমে এখন অধ্যাদেশ জাৰি কৰা হ’ব বুলিও জনােৱা হৈছে। পাকিস্তানত মহিলাৰ নিৰাপত্তা নিশ্চিত কৰিব পৰাকৈ জৰুৰীভাৱে বহুকেইটা দিশৰ বিবেচনা কৰা হৈছে। ইয়াৰ অংশ হিচাপে আৰক্ষীত মহিলা কর্মীৰ সংখ্যা বৃদ্ধিৰ লগতে এনে গােচৰৰ সাক্ষীসকলৰ বাবে নিৰাপত্তা প্রদানৰাে ব্যৱস্থাৰ বিষয়ে ভবা হৈছে।

মন্ত্রীসভাৰ বৈঠকত প্রধানমন্ত্রী ইমৰান খানে বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কয়। আইনখন প্রণয়নত বিলম্ব নকৰিবলৈ তথা নাগৰিকৰ নিৰাপত্তা সুনিশ্চিত কৰাত অগ্রাধিকাৰ দিবলৈকো নির্দেশ দিয়ে। খানে কয়, নতুন আইনখনত কোনাে অস্পষ্টতা নাথাকিব। আইনখন কঠোৰ হ’ব বিচাৰ প্রক্রিয়াও দ্রুততৰ হ’ব। ধর্ষিতাই যাতে নির্ভয়ে ঘটনাৰ অভিযােগ কৰিব পাৰে আৰক্ষী- প্রশাসনে তেনে বিষয়টো দৃষ্টি ৰাখিব। ধর্ষিতাৰ বাবে পর্যাপ্ত নিৰাপত্তাৰাে ব্যৱস্থা কৰা হ’ব। ধর্ষিতাৰ পৰিচয় গােপনে ৰখা হ’ব। মন্ত্রীসভাৰ বৈঠকত কে’বাজনাে মন্ত্রীয়ে ধর্ষণকাৰীক ফাঁচি দিয়াৰাে দাবী জনায়। বৈঠকত এজন মন্ত্রীয়ে ধর্ষণকাৰীৰ লিংগছেদ কৰিবলৈ নিজ অভিমত ব্যক্ত কৰে।

Exit mobile version