- বজৰং দলৰ বঙাইগাঁও জিলা সমিতিৰ সম্পাদক মৃদুল দাসক গ্ৰেপ্তাৰ অভয়াপুৰী আৰক্ষীৰ ।
- আৰক্ষীক প্ৰহাৰৰ অভিযোগত গ্ৰেপ্তাৰ কৰে মৃদুল দাসক ।
- যোৱা ২৮ নৱেম্বৰত এজন আৰক্ষীৰ জোৱানক শাৰীৰিকভাৱে অপদস্ত কৰিছিল মৃদুল দাসে ।
- তাৰপিছতে বজৰং দলৰ সদস্যই ঘেৰাও কৰিলে অভয়াপুৰী থানা।
- সষ্ট্ৰম আৰক্ষী বাহিনী ।
