গুজৰাট উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক এখন নতুন ক’ভিড-১৯ৰ নিয়মাৱলী প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে। মাস্ক পৰিধান নকৰা লোকে ক’ভিড চেন্টাৰত কৰিব লাগিব সামূহিক সেৱা । আদালতৰ নিয়ম উলংঘা কৰা লোকে ক’ভিড চেন্টাৰত চাৰি-পাঁচ ঘণ্টাকৈ ১৫দিন কৰিব লাগিব কাম । চেন্টাৰত কৰিব লগা কাম সমূহ হ’ব ক্ৰমে এনেধৰণৰ চেণ্টাৰ সমূহ চাফ-চিকুণ কৰা, ৰন্ধা-বঢ়া ,ৰেকৰ্ডসমূহ তৈয়াৰ কৰা আৰু লগতে তথ্যসমূহ সংগ্ৰহ কৰা। এই কাৰ্যসমূহ বয়স, যোগ্যতা আৰু লিঙ্গ অনুযায়ী নিৰ্ধাৰণ কৰা হ’ব ।
গুজৰাটত ক’ভিড-১৯ৰ নতুন নিয়মাৱলী
-
By publisher
Related Content
বেলুচিস্তান বিদ্ৰোহীৰ আক্ৰমণত ১৮ পাক জোৱানৰ মৃত্যু
By
publisher
February 2, 2025
বিভ্রান্তিকৰ বিজ্ঞাপন! ৰামদেৱৰ বিৰুদ্ধে জামিনহীন গ্ৰেপ্তাৰৰ পৰোৱানা
By
publisher
February 2, 2025
US Canada Tariff Conflict:ট্রাম্পক প্ৰত্যুত্তৰ ট্রুডোৰ !
By
publisher
February 2, 2025
Nagaon Drama:নগাঁও জিলা পুথিভঁৰালত 'শিল্পকানন'ৰ বিশেষ নাট্য সন্ধিয়া
By
publisher
February 1, 2025