ফুডপাণ্ডা খাদ্য এ’পৰ জৰিয়তে খাদ্য অৰ্ডাৰ দিওঁতে খাদ্য ডেলিভাৰী দিব আহিল ৪২জন ডেলিভাৰী বয় য়ে । এই ঘটনা ফিলিপাইনছৰ । এজনী সৰু ছোৱালীয়ে খাদ্য অৰ্ডাৰ দিওঁতে যান্ত্ৰিক বিসংগতি ঘটাত অৰ্ডাৰ দিয়া খাদ্য বস্তুৰ সহ ৪২জন ডেলিভাৰী দিব অহা ঘটনাটোয়ে এতিয়া ওচৰ চুবুৰীয়াক বেছ আমোদ দিছে ।
অনলাইন অৰ্ডাৰ যোগে খাদ্য অৰ্ডাৰ দি বিপাঙত পৰিল কিশোৰী
-
By publisher

- Categories: News
- Tags: foodpandaPhilippines
Related Content
Supreme Court:এইবোৰৰ পাছত দৌৰি ফুৰাতকৈ চৰকাৰে ভাল কিবা কাম কৰক :উচ্চতম ন্যায়ালয়
By
publisher
February 22, 2025
HKU5-CoV-2:চীনত বাদুলিৰ দেহত সন্ধান পোৱা গ'ল নতুন ক'ৰনা ভাইৰাছ
By
publisher
February 22, 2025
Bangladesh:সন্ত্ৰাসবাদক পানীৰ দৰে গণ্য কৰিব নকৰিব !
By
publisher
February 22, 2025
US Tariff:কোনবোৰ দেশে আমেৰিকান কোম্পানীৰ পৰা ডিজিটেল কৰ আদায় কৰে ?
By
publisher
February 22, 2025
USTM Chancellor Mohbubul Haque arrested:ইউএছটিএমৰ আচাৰ্য মহবুবুল হকক গ্ৰেপ্তাৰ
By
publisher
February 22, 2025