অনলাইন অৰ্ডাৰ যোগে খাদ্য অৰ্ডাৰ দি বিপাঙত পৰিল কিশোৰী

foodpanda2 0

ফুডপাণ্ডা খাদ্য এ’পৰ জৰিয়তে খাদ্য অৰ্ডাৰ দিওঁতে খাদ্য ডেলিভাৰী দিব আহিল ৪২জন ডেলিভাৰী বয় য়ে । এই ঘটনা ফিলিপাইনছৰ । এজনী সৰু ছোৱালীয়ে খাদ্য অৰ্ডাৰ দিওঁতে যান্ত্ৰিক বিসংগতি ঘটাত অৰ্ডাৰ দিয়া খাদ্য বস্তুৰ সহ ৪২জন ডেলিভাৰী দিব অহা ঘটনাটোয়ে এতিয়া ওচৰ চুবুৰীয়াক বেছ আমোদ দিছে ।

Exit mobile version