মঙ্গলবাৰে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে ৰাজ্য চৰকাৰলৈ জাৰি কৰে নতুন নীতি নিৰ্দেশনা । ২০২০ বৰ্ষৰ স্কুল বেগ নীতিৰ অনুসৰি শিক্ষাথীৰ শৰীৰৰ ওজনৰ ওপৰত নিৰ্ভৰ কৰি হব লাগিব বেগৰ ওজন । কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ ঘোষণা অনুসৰি এতিয়াৰ পৰা শিক্ষক শিক্ষয়িত্ৰীয়ে ছাত্ৰ ছাত্রীক দিব নোৱাৰিব হোময়ৰ্ক । প্ৰথমৰ পৰা দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্রয়ে নিব লাগিব ১.৬পৰা ২.২কিলোগ্ৰাম ওজনৰ বেগ আনহাতে তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে নিব পাৰিব ১.৭ৰ পৰা ২.৫ কিলোগ্ৰাম ওজনৰ স্কুল বেগ।
কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা
-
By publisher

- Categories: India, News
- Tags: central ministry of educationnew rolestudents
Related Content
Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী
By
publisher
March 11, 2026
Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক
By
publisher
March 11, 2026
পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ
By
publisher
March 11, 2026
Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ
By
publisher
March 11, 2026
Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !
By
publisher
March 11, 2026