বিটিচিত সাংবিধানিক অধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিল জনসাধাৰণ

bec740a8 4d96 4599 a55d 456e52482b51

■বিটিচিত অন্তিম পৰ্যায়ৰ ভোট দান।
■পুৱা সাত বজাৰ পৰা আৰম্ভ ভোট দান কাৰ্যসূচী ।

■বিভিন্ন ভোট দান কেন্দ্ৰত দীঘলীয়া শাৰী ভোটাৰৰ ।
■বিটিচিত পৰিৱৰ্তনৰ বতাহ বলিব নে আগৰ চৰকাৰে থাকিব ।


■১২ ডিচেম্বৰত নিৰ্ণয় হ’ব ফলাফল ।
■ভোট দান কৰিলে হাগ্ৰামা মহিলাৰী, প্ৰমিলা ৰাণী ব্ৰহ্মই ।

Exit mobile version