BTC ৰ দ্বিতীয় পৰ্যায়ৰ ভোট দান

Himanta Biswa’s bullying won’t work in BTC says Hagrama Mohilary

■ BTC ৰ দ্বিতীয় পৰ্যায়ৰ ভোট দান আৰম্ভ। ভোট দিলে হাগ্ৰামা মহিলাৰীয়ে।
■হিমন্তই যিটো চিন্তা কৰিছে সেইটো failure। হিমন্ত বিশ্ব শৰ্মাই BTC ধ্বংস কৰিব বিচাৰিছে, বড়ো জাতি ধ্বংস কৰিব বিচাৰিছে সেইটো failure- কলে হাগ্ৰামাই।


■হিমন্ত বিশ্ব শৰ্মা দিছ্পুৰৰ পৰা out হব লাগিবই। যত হিমন্ত বিশ্ব শৰ্মা আছে ইয়াত মই নাই।
■হিমন্ত বিশ্ব শৰ্মাই যিমান try নকৰক কিয়, মোৰ লগত নোৱাৰে।

Exit mobile version