দক্ষিণ কামৰূপৰ জাওকাটাত কিচমত কাঠমী গাঁও পঞ্চায়তৰ বিশেষ সৰ্বদলীয় সভা

Screenshot 118

পঞ্চায়তত সামগ্ৰীক বিভিন্ন উন্নয়ণমূলক কামৰ বিৰুদ্ধে এটা চক্ৰই ষড়যন্ত্ৰমূলকভাৱে বিভিন্ন অভিযোগ কৰিছিল কৰ্তৃপক্ষক ।

ADVERTISEMENT

এই অভিযোগৰ ওপৰত বিস্তৃত আলোচনাৰ উদ্দেশ্যে এই সৰ্বদলীয় সভা আয়োজন কৰা হয়। সভাখন কিচমত কাঠমী গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি ছলমান আলীৰ পৌৰহিত্যত অনুষ্ঠিত হয় ।

সভাত বিভিন্ন ৰাজনৈতিক দলৰ নেতা কৰ্মীৰ লগতে দল সংগঠনৰ লোক উপস্থিত থাকি বিভিন্ন আলোচনা পৰ্যালোচনাৰ অন্তত সৰ্বদলীয়ভাৱে ঐক্যমতত উপনিত হৈ পঞ্চায়তখনত প্ৰকৃততে উন্নয়নমূলক কামত কোনোধৰণৰ অনিয়মতা হোৱা নাই, সেইকথা স্পষ্ট হৈ পৰে ।

Exit mobile version