অভিনেত্ৰী মাহিৰা খান ক’ভিড পজিটিভ

3315bd6b7d90eb20e8afd79fbda9095e

পাকিস্তানৰ অভিনেত্ৰী মাহিৰা খানৰ গাত পোৱা গৈছে কৰ’না পজিটিভ।

ADVERTISEMENT

অভিনেত্ৰীগৰাকীয়ে তেওঁৰ ইনষ্টাগ্ৰাম পোষ্ট আৰু টুইট যোগে এই কথা সদৰী কৰে, লগতে তেওঁ কয় যে বৰ্তমান তেওঁ নিজকে আইছ’লেট কৰি ৰাখিছে ।

বিগত দিনত তেওঁ সংস্পৰ্শলৈ অহা লোকক ক’ভিড টেষ্ট কৰাই মাক্স পৰিধান কৰিবলৈও আহ্বান জনাইছে অভিনেত্ৰী গৰাকীয়ে।

https://www.instagram.com/p/CIusck_BPBa/?utm_source=ig_web_copy_link

https://twitter.com/TheMahiraKhan/status/1271774339151605760?s=20

Exit mobile version