ক’ভিড আপডেট

1140 corona virus image.imgcache.revb88abe28a5cc1b4259e7b51c97ef4873

■বিগত তিনি দিনত কৰ’না সংক্ৰমণ হ্ৰাস পালে ২৭ হেজাৰলৈ ।
■মৃত্যুৰ সংখ্যাও হ্ৰাস পায় ৪০০ লৈ ।
■যোৱা ২৪ ঘণ্টাত ভাৰতত কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে ২৭ হেজাৰ ৭১ জন লোক ।
■মুঠ আক্ৰান্তৰ সংখ্যা ৯৮ লাখ ৮৪ হেজাৰ ১০০ জন ।
■ক’ভিড আক্ৰান্তৰ তালিকাত বিশ্বৰ দ্বিতীয় স্থানত আছে ভাৰত ।
■প্ৰথম স্থানত আছে আমেৰিকা । মুঠ আক্ৰান্তৰ সংখ্যা এক কোটি ৬২ লাখ ।
■তৃতীয় স্থানত আছে ব্ৰাজিল । মুঠ আক্ৰান্তৰ সংখ্যা ৬৯ লাখ এক হেজাৰ ।

■ভাৰতত ক’ভিড-১৯এ প্ৰাণ কাঢ়িলে মুঠ এক লাখ ৪৩ হেজাৰ ৩৫৫ জনৰ । বিগত ২৪ ঘণ্টাত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৩৬ জন ।
■আক্ৰান্ত আৰু মৃত্যুৰ বৃদ্ধিৰ মাজতেই স্বস্তিদায়ক ভাৰতৰ সুস্থতাৰ হাৰ।
■ভাৰতত ক’ভিড-১৯ ৰোগৰ পৰা আৰোগ্য হোৱা মুঠ লোকৰ সংখ্যা ৯৩ লাখ ৮৮ হেজাৰ ১৫৯ জন । এই হাৰ বিশ্বৰ ভিতৰতে সৰ্বোচ্চ ।
■বিগত ২৪ ঘণ্টাত সংক্ৰমণৰ পৰা মুক্ত হোৱা লোকৰ সংখ্যা ৩০ হেজাৰ ৬৯৫ জন ।
■বৰ্তমান সক্ৰীয় ৰোগীৰ সংখ্যা হৈছে তিনি লাখ ৫২ হেজাৰ ৫৮৬ জন ।

Exit mobile version