আজি দিল গাৰ্ডেন গাৰ্ডেন : বিটিআৰৰ শপত গ্ৰহণ অনুষ্ঠানত পাৰুল ভৰালীৰ মন্তব্য

Pramod Boros wife

আজি কোকৰাঝাৰ বডোফা নগৰত অনুষ্ঠিত হোৱা বিটিআৰৰ নতুন পৰিষদৰ শপত গ্ৰহন অনুষ্ঠানত উপস্থিত থাকি প্ৰমোদ বড়োৰ পত্নী পাৰুল ভৰালীয়ে কয় যে যি উদ্দেশ্য বড়ো ৰাইজৰ মাজলৈ আহিছে আৰু যি বিশ্বাসত তেওঁক ৰাইজে আদৰি লৈছে সেই বিশ্বাস যাতে তেওঁ কেতিয়াও ভংগ নকৰে ।

ADVERTISEMENT

লগতে তেওঁ কয়,’ প্ৰমোদ বড়োক সহায় সহযোগিতা জনোৱা সকলোকে ধন্যবাদ জনাইছোঁ । আজি মোৰ মন গাৰ্ডেন গাৰ্ডেন।’

Exit mobile version