ভাৰতত উন্মোচন কৰা হ’ল MI QLED টিভি 4K

navbharat times

●ভাৰতত উন্মোচন কৰা হ’ল MI QLED টিভি 4K

●৫৫ ইঞ্চি আকাৰৰ লগত আলট্ৰা এইছ দি (3840×2160-পিক্সচেল)স’তে উপলব্ধ হ’ব এই নতুন টিভিটো।

●ভাৰতত ইয়াৰ দাম ৫৪,৯৯৯

●২১ ডিচেম্বৰৰ পৰা MI QLED টিভি 4K উপলব্ধ হ’ব ফ্লিপকাৰ্ড ,এম আই হোমৰ লগতে অন্যান্য দোকান সমূহত

●কানেক্টিভিটিৰ সম্পর্কে কলে টেলিভিচনটোত উপলদ্ধ ডুয়েল-ব্যান্ড ওয়াইফাই 5, ব্লুটুথ 5.0, 3 এক্স এইচডিএমআই 2.1 (eARC, 5 ms ইনপুট লেগ – 4 কে @ 60fps, ALLM – অটো লো লেটেন্সি মোড), 2 x ইউএচবি 2.0 (টাইপ -A) ইথাৰনেট (RJ 45), 1 এক্স অপটিকেল, এভি, আৰু 3.5mm হেডফোন জেক।

Exit mobile version