মন কি বাত ‘ৰ অন্তিম সংস্কৰণ

1596485996 04modi 3c

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২০বৰ্ষৰ বিষয়ে নাগৰিকক মতামত জনাবৰ বাবে আহ্বান । লগতে তেওঁ কয় তেওঁৰ ‘ মন কি বাত ‘ৰ অন্তিম সংস্কৰণ চলিত বৰ্ষৰ ২৭ডিচেম্বৰত ।আপুনি কি ভাবে ২০২১বৰ্ষৰটো কেনেকুৱা যাব ।

২০২১বৰ্ষটোত আপুনাৰ সৰ্বাধিক অপেক্ষা কিহৰ ? ইয়াৰ বিষয়ে আপুনি জনাব পাৰে । আপুনি আপোনাৰ মনৰ কথা প্ৰেৰণ কৰিব পাৰে MyGov অথবা NaMo App যোগেদি এই কথা নিজৰ টুইটাৰ একাউণ্টত প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে।

Exit mobile version