খানাপাৰাৰ পৰা বাইক ৰেলীৰে আদৰণি অসম জাতীয় পৰিষদৰ নৱনিৰ্বাচিত সভাপতি লুৰীণজ্যোতি গগৈক

496970ff ee00 4d0c 8485 7976367c89bf

অসম জাতীয় পৰিষদৰ সভাপতিৰ দায়িত্ব গ্ৰহণৰ পাছত প্ৰথমবাৰৰ বাবে গুৱাহাটীলৈ যাত্ৰা লুৰীণজ্যোতি গগৈৰ ।

গুৱাহাটী অহাৰ পথত লুৰীণজ্যোতিক আদৰণি সমর্থকৰ ।

খানাপাৰাৰ পৰা বাইক ৰেলীৰে আদৰি অনা হৈছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈক ।

Exit mobile version