আস্থা ভোটত জয়ী প্ৰমোদ বড়ো

Untitled 1 151 1

বিপিএফ য়ে দাখিল কৰা WRIT PETITION ৰ শুনানিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুমন শ্যামৰ বিচাৰপিঠে আস্থা ভোটৰ নিৰ্দেশ দিয়া হৈছিল প্ৰমোদ বড়োক।

ADVERTISEMENT

নৱ গঠিত পৰিষদৰ সংখ্যাগৰিষ্ঠতাৰ প্ৰমাণৰ নিৰ্দেশ দিয়াৰ পাছতে আজি অনুষ্ঠিত কৰা হৈছিল Composite Floor Test ।

অনুষ্ঠিত হোৱা আস্থা ভোটত জয়ী প্ৰমোদ বড়ো ।

ইউপিপিএল ,জিএছপিৰ পৰিষদে হাত দাঙি প্ৰদৰ্শন কৰে সংখ্যাগৰিষ্ঠতাৰ ।

Exit mobile version