কংগ্ৰেছ দলৰ ভিতৰুৱা কথা মিডিয়াৰ আগত ব্যক্ত কৰিম বুলি যি এক মন্তব্য দাঙি ধৰিলে, তাৰ বাবে মই ৰৈ আছোঁ : দেৱব্রত শইকীয়া

Screenshot 164

অজন্তা নেওগৰ বিজেপি দলত যোগদানৰ সন্দৰ্ভত কংগ্ৰেছৰ বিৰোধী দলৰ নেতা দেৱব্রত শইকীয়াৰ প্ৰতিক্ৰিয়া “তেওঁ কালি কংগ্ৰেছ দলৰ ভিতৰুৱা কথা মিডিয়াৰ আগত ব্যক্ত কৰিম বুলি যি এক মন্তব্য দাঙি ধৰিলে, তাৰ বাবে মই ৰৈ আছোঁ, তেওঁ ব্যক্ত কৰাৰ পিছতে তেওঁৰ কথাও উদঙাই দিম মিডিয়াৰ আগত।”

ADVERTISEMENT
Exit mobile version