ক’ভিড আপডেট

MW IB552 testin ZG 20200305113012

দৈনিক সংক্রমণ ২০ হেজাৰ

মৃত্যুও ৩০০-লৈ হ্ৰাস পাইছে

হ্ৰাস পালে সক্রিয় ৰোগীৰ হাৰো

●বিগত ২৪ ঘণ্টাত ভাৰতত নতুনকৈ ২০ হেজাৰ ২১ জন লোক ক’ভিডত আক্ৰান্ত হৈছে ।
●ভাৰতত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে এক কোটি দুই লাখ সাত হেজাৰ ৮৭১ জন ।
●কৰ’না ভাইৰাছত আক্ৰান্ত হৈ এক লাখ ৪৭ হেজাৰ ৯০১ জন লোকে প্ৰাণ হেৰুৱাইছে ।
●বিগত ২৪ ঘণ্টাত মৃত্যু হৈছে ২৭৯ জনৰ ।
●ভাৰতত ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ ভিতৰত এক তৃতীয়াংশই মহাৰাষ্ট্ৰৰ ৪৯ হেজাৰ ২৫৫ জন ।
●মুঠ সুস্থতাৰ হাৰ ৯৭ লাখ ৮২ হেজাৰ ৬৬৯ জন ।
●যোৱা ২৪ ঘণ্টাত ২১ হেজাৰ ১৩১ জন লোক সুস্থ হৈছে ।
●সম্প্ৰতি ক’ভিড আক্ৰান্ত সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে দুই লাখ ৭৭ হেজাৰ ৩০১ জন ।
●যোৱা ২৪ ঘণ্টাত সাত লাখ ১৫ হেজাৰ ৩৯৭ জন লোকৰ ক’ভিড পৰীক্ষণ কৰা হৈছে ।

Exit mobile version