■এখন ইলেকট্ৰিক ‘KRIDN’ৰ মূল্য ১.২৯ লাখ (দিল্লী শ্ব’ৰুম) ।
■মটৰচাইকেলখনে ইক’ মোডত ১১০ কিলোমিটাৰ আৰু স্বাভাৱিক মোডত ৮০ কিলোমিটাৰ অতিক্ৰম কৰিব পাৰে ।
■মটৰচাইকেলখনৰ সৰ্বোচ্চ গতি প্ৰতি ঘণ্টাত ৯৫ কিলোমিটাৰ ।
■সম্প্ৰতি হায়দৰাবাদ আৰু বেংগালুৰুত মটৰচাইকেলখনৰ ডেলিভাৰী দিয়া হৈছে ।
■২০২১ৰ জানুৱাৰীত তামিলনাডু আৰু কৰ্নাটকাটো ডেলিভাৰী দিয়া হ’ব ।
■’KRIDN’ শব্দটো সংস্কৃতৰ পৰা গ্ৰহণ কৰা হৈছে, ইয়াৰ অৰ্থ ‘খেল’ ।
ভাৰতত উন্মোচন কৰিলে ইলেকট্ৰিক মটৰচাইকেল ‘KRIDN’
-
By publisher

Related Content
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025
New Mega City: এটা অট্টালিকাত নিৰ্মাণ কৰা হৈছে এখন পূৰ্ণাংগ চহৰ !
By
publisher
February 22, 2025