■এখন ইলেকট্ৰিক ‘KRIDN’ৰ মূল্য ১.২৯ লাখ (দিল্লী শ্ব’ৰুম) ।
■মটৰচাইকেলখনে ইক’ মোডত ১১০ কিলোমিটাৰ আৰু স্বাভাৱিক মোডত ৮০ কিলোমিটাৰ অতিক্ৰম কৰিব পাৰে ।
■মটৰচাইকেলখনৰ সৰ্বোচ্চ গতি প্ৰতি ঘণ্টাত ৯৫ কিলোমিটাৰ ।
■সম্প্ৰতি হায়দৰাবাদ আৰু বেংগালুৰুত মটৰচাইকেলখনৰ ডেলিভাৰী দিয়া হৈছে ।
■২০২১ৰ জানুৱাৰীত তামিলনাডু আৰু কৰ্নাটকাটো ডেলিভাৰী দিয়া হ’ব ।
■’KRIDN’ শব্দটো সংস্কৃতৰ পৰা গ্ৰহণ কৰা হৈছে, ইয়াৰ অৰ্থ ‘খেল’ ।
ভাৰতত উন্মোচন কৰিলে ইলেকট্ৰিক মটৰচাইকেল ‘KRIDN’
-
By publisher
Related Content
Minister Bimal Bora at the Assam Pavilion of the International Trade Fair:নতুন দিল্লীৰ আই আই টি এফত অসম দিৱস
By
publisher
November 22, 2024
Putin sends animals to Kim to boost ties with North Korea:উত্তৰ কোৰিয়াৰে ঘনিষ্ঠতা বৃদ্ধি ৰাছিয়াৰ, কীমলৈ জন্তু প্ৰেৰণ পুটিনৰ
By
publisher
November 22, 2024
Delhi has been polluted for 122 days this year:দিল্লীত চলিত বর্ষত ১২২ দিনতে প্ৰদূষণৰ ত্ৰাস
By
publisher
November 22, 2024
Dead leopard found in Guwahati:কংক্ৰিট মহানগৰীত উদ্ধাৰ মৃত নাহৰফুটুকী
By
publisher
November 22, 2024