দিনটোৰ ৰাশিফল

holi horoscope 1583773892

মেষঃ সৰু-সুৰা বিৰোধী কথাত বেছি মন নিদিলে কৰ্মক্ষেত্ৰতো শুভ ফল । ঘৰুৱা উন্নতিৰ চেষ্টাত বাধা কম । শুভ ৰং ক্ৰীম ।

বৃষঃ ঘৰুৱা দিশত অৱশ্যে সিমান দুশ্চিন্তা । আৰ্থিক উন্নতিৰ ক্ষেত্ৰত যিকোনো চেষ্টাত কিবা নহয় কিবা বাধা অনুভৱ কৰিব । শুভ ৰং বগা ।

মিথুনঃ আৰ্থিক প্ৰাপ্তিৰ আশা । কৰ্তব্যত আপোনাৰ যোগ্যতা থাকিব । কোনোৱে বাস্তৱ‌ ক্ষেত্ৰত খোজ পেলাই উপকৃত হ’ব । সৰু-সুৰা কথাত মানসিক কিছু প্ৰভাৱ পেলাব । বন্ধুৰ সহায় । শুভ ৰং কমলা ।

কৰ্কটঃ পূৰ্ব দিনৰ তুলনাত আজি বহুলাংশে যোগাযোগাদিত উন্নত । অৱশ্যে আপোনাৰ হুৰমুৰীয়া স্বভাৱৰ দিশত শাৰীৰিকত কিছু আহুকালৰ কাৰক বিদ্যাত মধ্যম । ভ্ৰমণ । শুভ ৰং পাতল নীলা ।

সিংহঃ কোনো‌ সহজতে যি কৰো বুলি থিৰাং কৰিছিল তাক সম্পূৰ্ণ কৰাত বাধা পাব । আকস্মিক বাধা বা ক্লেশে লগ ধৰিব পাৰে । ফল দাম্পত্যত নতুন চিন্তা অৱশ্যে থাকিব । শুভ ৰং হালধীয়া ।

কন্যাঃ জাতকৰ কোনো উন্নত যোগাযোগৰ পৰা লাভ । কৰ্মক্ষেত্ৰত আপোনাৰ ভাবমূৰ্তি প্ৰায় ঠিক থাকিব যদিও কোনো কাৰণে চিন্তাৰ কাৰণ হ’ব । বিদ্যাত বেয়া নহ’ব । ভ্ৰমণাদিত মধ্যম । শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৭ ।

তুলাঃ কোনোৱে প্ৰৱঞ্চকৰ কবলত পৰাৰ কাৰক সাৱধান হ’লে ভয় কম বিদ্যাত যত্নৰ ফল লাভ। সাধাৰণ শৰীৰৰ আহুকাল অলপ । দাম্পত্যত ভালেই । কৰ্মাদিত উৎসাহ । শুভ ৰং ক’লা ।

বৃশ্চিকঃ ক্ৰমে দিনটো বাঢ়ি অহাৰ লগে লগে মনটো গধুৰ হ’ব পাৰে । হ’বলগীয়া কামত অনগ্ৰসৰ হোৱাৰ যোগ । শুভ ৰং নীলা ।

ধনুঃ বিশেষকৈ অনুৰাধা নক্ষত্ৰৰ মানসিক শান্তি । উন্নত দিনৰ অনুমান । যোগাযোগৰ খুব বেয়া নহ’ব । বিদ্যাত বাধা কম । শুভ ৰং ক্ৰীম ।

মকৰঃ ভঙা-পতা কৰি ভাল পাব পুৰণি পৰিৱেশৰ সলনিৰ প্ৰতি মন কৰিব পাৰে ভ্ৰমণৰ সষ্টম হওক । কিন্তু কোনোৰ প্ৰিয় বন্ধু-বান্ধবীৰ সংগত সুখ । শুভ ৰং বগা ।

কুম্ভঃ পঢ়া-শুনাত মনোযোগ লাগিব । ৰুক্ষ চিন্তা অত্যাধিক খৰচ হ’লেও আয়ত্ত থাকিব দুষ্টৰ সংগই বিপদ আনিব পাৰে লোহ । পদমৰ্যাদা লাভ । শুভ ৰং হালধীয়া ।

মীনঃ কিছুদিন উপকৃত তথা খৰচ আৰ্থিক যোগাযোগত । মতান্তৰ হ’ব লগা কথাতো মন নিদিব । নতুন সম্পদ ক্ৰয় । শুভ ৰং ক’লা ।

Exit mobile version